১৮ মে' (ইংৰাজী: 18 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৩৮তম (অধিবৰ্ষত ১৩৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২২৭টা দিন বাকী থাকে।
ঘটনাৱলী
- ১৯৭৬ - ভাৰতত প্ৰথম পাৰমাণবিক বোমাৰ পৰীক্ষামূলক বিস্ফোৰণ ঘটোৱা হয়।
জন্ম
- ১০৪৮ - ওমৰ খৈয়াম, ইৰাণৰ কবি, দাৰ্শনিক। (মৃ.০৪/১২/১১৩১)
- ১৮৭২ - বাৰ্ট্ৰেণ্ড ৰাছেল, ইংৰাজ বিজ্ঞানী, শিক্ষাবিদ, দাৰ্শনিক, লেখক আৰু সাহিত্যত নোবেল বিজয়ী। (মৃত্যু: ২ ফেব্ৰুৱাৰী, ১৯৭০)
- ১৯০৫ - হেডলি ভেৰিটি, পেশাদাৰী ইংৰাজ ক্ৰিকেটাৰ।
- ১৯৩৩ - এইচ ডি দেৱেগৌড়া, ভাৰতীয় ৰাজনৈতিক নেতা তথা ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী।
- ১৯৫১ - জগদীপ ধনখড়, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৫১ - বেৰনাৰ্ড লুকাছ ফেৰীনগা, ওলন্দাজ সংশ্লেষিক জৈৱৰসায়ন বিজ্ঞানী, আণৱিক নেন'প্ৰযুক্তি বিশেষজ্ঞ।
- ১৯৮২ - সীমান্ত শেখৰ, ভাৰতীয় কণ্ঠশিল্পী, সুৰকাৰ আৰু সংগীত প্ৰযোজক।
মৃত্যু
- ২০০৭ - পিয়েৰ-জিল দা জেন, ফৰাছী পদাৰ্থবিজ্ঞানী।
- ২০০৯ - ভেলুপিল্লাই প্ৰভাকৰণ, শ্ৰীলঙ্কাৰ বিদ্ৰোহী নেতা। (জ. ১৯৪৪)
দিৱস
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ