Share to: share facebook share twitter share wa share telegram print page

৪ জুন

১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

৪ জুন (ইংৰাজী: 4 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫৫তম (অধিবৰ্ষত ১৫৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২১০টা দিন বাকী থাকে।

ঘটনাৱলী

  • ১৮৪৫ - মেক্সিকো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত যুদ্ধ আৰম্ভ হয়।
  • ১৯৩৬ - অবিভক্ত ভাৰতৰ চিভিলিয়ান ৰেডিঅ'ৰ নাম পৰিৱৰ্তন কৰি অল ইণ্ডিয়া ৰেডিঅ' কৰা হৈছিল।
  • ২০০৪ - চিৰাং জিলা আনুষ্ঠানিক ভাৱে গঠন কৰা হয়।
  • ২০২৪ - ভাৰতৰ অষ্টাদশ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা। এই নিৰ্বাচনত NDAএ ২৯৩ খন আসন, INDIA মিত্ৰজোঁটে ২৩৪ খন আসন আৰু অন্যান্য ১৬ খন আসন লাভ কৰে ।

জন্ম

  • ১৮২৯ - এলান অক্টোভিয়ান হিউম, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা। (মৃত্যু: ৩১ জুলাই ১৯১২)
  • ১৯৩৬ - নূতন সামৰ্থ, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৪৬ - এছ. পি. বালসুব্ৰমনিয়ম, ভাৰতীয় নেপথ্য সঙ্গীতশিল্পী,সঙ্গীত পৰিচালক আৰু অভিনেতা। (মৃত্য়ু: ২৫/০৯/২০২০)
  • ১৯৭৫ - এঞ্জেলিনা জলি, মাৰ্কিন অভিনেত্ৰী, চলচ্চিত্ৰ নিৰ্মাতা আৰু মানৱহিতৈষিণী।
  • ১৯৮০ - প্ৰশান্ত নীল, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ৷
  • ১৯৮৪ - প্ৰিয়ামণি, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল।
  • ১৯৮৮ - প্ৰমোদ ভগত, ভাৰতীয় পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ।
  • ১৯৯০ - জেৎচুন পেমা, ভূটানৰ ৰাণী।

মৃত্যু

দিৱস

  • আক্ৰমণৰ বলি হোৱা নিৰীহ শিশুৰ আন্তৰ্জাতিক দিৱস।
  • হাঙ্গেৰীৰ ৰাষ্ট্ৰীয় একতা দিৱস।

তথ্য সংগ্ৰহ


বাহ্যিক সংযোগ


Kembali kehalaman sebelumnya